Watch | Pakistani drone destroyed at night: ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে নিশা পাকিস্তানী ড্ৰোণ ধ্বংস কৰাৰ পাছতে এনেদৰে পাঠানকোটত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ অভিযান
নিউজ ডেস্ক : মাজ আকাশতে ধ্বংস কৰিলে একাধিক পাকিস্তানী ড্ৰোণ-ক্ষেপণাস্ত্ৰ। পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হয়। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত পাকিস্তানে যোৱা নিশা আৰু আজি পুৱাৰ ভাগত ভাৰতৰ মাটিত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাইছিল। ভাৰতীয় বায়ুসেনাৰ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমে আকাশৰ মাজভাগতে সকলো ক্ষেপণাস্ত্ৰ ধ্বংস কৰে।