WATCH | Operation Sindoor : ৪টাকৈ পাকিস্তানী এয়াৰবেছ ধ্বংসৰ আনিষ্ঠানিক ঘোষণা ভাৰতৰ

নিউজ ডেস্ক,১০মে’ : ৪টাকৈ পাকিস্তানী এয়াৰবেছ ধ্বংসৰ আনিষ্ঠানিক ঘোষণা ভাৰতৰ
উৰি গ’ল পাকিস্তানৰ ৪টাকৈ বিমান ঘাটি(Operation Sindoor)
দিল্লীলৈ লক্ষ্য কৰি পাকিস্তানে নিক্ষেপ কৰিছিল ফতেহ-২ মিছাইল
ভাৰতে ধ্বংস কৰিছে পাকিস্তানৰ ফতেহ-২ মিছাইল
দিল্লীলৈ এই মিছাইল নিক্ষেপৰ পাছতেই ভাৰতে ৪টাকৈ এয়াৰবেজ কৰিলে ধ্বংস
ৰাৱালপিণ্ডিৰ নুৰখান এয়াৰবেচ উৰি গ’ল ভাৰতৰ মিছাইল আক্রমণত
ৰাৱালপিণ্ডিৰ নুৰখান এয়াৰবেচ উৰি গ’ল ভাৰতৰ মিছাইল আক্রমণত
ৰহীম য়াৰ খান এয়াৰবেছ উৰি গল
চক্ৰৱালৰ মুদীৰ এয়াৰবেচো উৰুৱালে ভাৰত
চৌড়কটৰ ৰফিকী এয়াৰবেচত ভাৰতৰ মিছাইল আক্রমণ
নিশা পাকিস্তানৰ দ্ৰোণ আক্ৰমণৰ প্রতিশোধ ল’লে ভাৰতীয় সেনাই
এটা দুটা নহয় ৪টাকৈ পাকিস্তানী এয়াৰবেচ উৰুৱাই দিলে ভাৰতে
নিশা পাকিস্তানত ৬ টাকৈ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰাৰ দাবী পাকৰ
ভাৰতে বোমাৰে উৰুৱালে ৪টা পাকিস্তানী এয়াৰবেচ
লগতে পঢ়ক: WATCH | Hajo News : হাজোৰ পবিত্ৰ পোৱামক্কা দৰগাহ শ্বৰীফত দেশমাতৃৰ হকে কুৰআন খতম