Local, Vocal, Global

WATCH | Hajo News : হাজোৰ পবিত্ৰ পোৱামক্কা দৰগাহ শ্বৰীফত দেশমাতৃৰ হকে কুৰআন খতম

হাজো,১০মে’ : হাজোৰ পবিত্ৰ পোৱামক্কা দৰগাহ শ্বৰীফত দেশমাতৃৰ হকে কুৰআন খতম।

অসম গৰিয়া পৰিষদৰ উদ্যোগত অপাৰেশ্যন সেন্দুৰৰ সফল কামনা আৰু সাম্প্ৰতিক যুদ্ধকালীন পৰিস্থিতিত ভাৰত দেশ মাতৃৰ মংগলৰ বাবে কুৰআন খতম(Hajo News)।

পবিত্ৰ পোৱামক্কা দৰগাহ শ্বৰীফত ইছলাম ধৰ্মালম্বী লোকসকলে দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ থকা লোক সকলৰ বাবে আজি কুৰআন খতম কৰে।

ইছলাম ধৰ্মালম্বী লোকসকলে সদায় দেশ মাতৃৰ সেৱা আগবঢ়াবলৈ সদায় সাজু বুলি মন্তব্য আগবঢ়ায়।

লগতে পঢ়ক : WATCH | Cachar News : পাকিস্তান সেনাবাহিনীক সমৰ্থন জনাই প’ষ্ট কৰি গ্ৰেপ্তাৰ কাছাৰৰ জলাগ্ৰামৰ বিলাল আহমেদ