Local, Vocal, Global

ৰাজ্যত পুনৰ বিদ্যুত স্পৃষ্ট হৈ এজন লোকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ১১ জুলাই : ৰাজ্যত পুনৰ বিদ্যুত স্পৃষ্ট হৈ এজন লোকে কৰুণ মৃত্যু সাৱতি লয়।

সোমবাৰে বঙাইগাঁৱৰ মাত্ৰাঘোলাত সংঘটিত হৈছে এই শোকাৱহ ঘটনাৰ । মৃত লোকজনক নাম নুৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, মৃত লোকজনে তাঁৰত কাপোৰ মেলিবলৈ যোৱাৰ পিছতে সংঘটিত হয় এই ঘটনাৰ।

কিছুসময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত কোকিলা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰে।

অৱশ্যে, তাঁৰদাল কেনেদৰে বিদ্যুৎস্পৰ্শলৈ আহিল সেয়া এতিয়াও স্পষ্ট নহয়।