Local, Vocal, Global

অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাইলৈ BCCIৰ সন্মান

নিউজ ডেস্ক,২৭ মাৰ্চঃ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইলৈ BCCIৰ সন্মান।

BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে বক্সাৰগৰাকীক প্ৰদান কৰে ২৫ লাখ টকাৰ চেক। চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে BCCIৰ সম্পাদক জয় শ্বাহ।


টকিঅ’ অলিম্পিকত পদক লাভ কৰা সকলোকে সন্মান জনায় BCCI–এ। জেভলিন থ্ৰ’ত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই লাভ কৰে এক কোটি টকা। 

ভাৰোত্তোলনত ৰূপৰ পদক পোৱা মণিপুৰৰ মীৰা বাই চানুয়ে লাভ কৰে ৫০ লাখ টকা।