Local, Vocal, Global

হেৰাই যাবলৈ ধৰা পুৰণি ঐতিহ্যৰ পৰম্পৰা গছৰ তলৰ জেং বিহু

ডিজিটেল ডেস্ক:- পদূলিৰ মুখত হেপাঁহৰ বহাগৰ বিহু। বিহুলৈ মাজত মাথোঁ আৰু কেইটিমান দিন বাকী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহু নাচ আৰু বিহু বাদ্যৰ আখৰাৰ ব্যাপক প্ৰস্তুতি।

অসমীয়াৰ স্বাভিমান বহাগ বিহুটিক লৈ এইবাৰ ডিগবৈ চহৰৰ বৰবিল অঞ্চলৰ ” কৃষ্টিকা সাংস্কৃতিক মঞ্চৰ” এই সকল বোৱাৰী, জীয়ৰী আৰু আই মাতৃ সকলে একত্ৰিত হৈ বিহুৰ হেৰাই যাবলৈ ধৰা পুৰণি ঐতিহ্যৰ পৰম্পৰা এই গছ তলৰ জেং বিহুৰ আখৰাত এইবাৰ ব্যস্ত হৈ পৰিছে।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।