Local, Vocal, Global

বদৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা !থিতাতে নিহত শিক্ষক…

ডিজিটেল ডেস্ক:- দেওবাৰে নিশা বদৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়ে স্কুটি আৰোহীক ফলত থিতাতে নিহত হয় লোকজন।নিশা কৰিমগঞ্জৰ বদৰপুৰত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ ফলত এজন শিক্ষক নিহত হয়।
জানিব পৰা মতে শিক্ষক জনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে দি এখন স্কুটি লৈ আহি থকাৰ সময়তেই এখন ডাম্পাৰে মহটিয়াই নিয়ে ।ফলত থিতাতে নিহয় হয় টেট শিক্ষকজন । নিহত টেট শিক্ষকজন কালাইনৰ প্ৰদীপ কুমাৰ নাথ বুলি জানিব পৰা গৈছে ।