Local, Vocal, Global

নুমলীগড়ৰ সমীপত দুধৰ্ষ গড় চিকাৰী আটক

  • নুমলীগড়ৰ সমীপৰ বোকাখাতৰ লহেৰে চাপৰিত দুধৰ্ষ গড় চিকাৰী আটক
  • আৰক্ষীয়ে লহেৰে চাপৰি মঙ্গলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটোক ।
  • আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে,পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল।