Local, Vocal, Global

মহানগৰীৰ নুনমাটিৰ পাথৰকুঁৱেৰী VIP ৰোডত আত্মহননৰ ঘটনা

  • মহানগৰীৰ নুনমাটিৰ পাথৰকুঁৱেৰী VIP ৰোডত আত্মহননৰ ঘটনা
  • ৰাজপথৰ ডিভাইডাৰৰ মাজত গছত চিপ লৈ আত্মহননৰ মঙলদৈৰ যুৱকৰ
  • যুৱক জনৰ নাম নিতুল ডেকা
  • নিৰুপমা ইঞ্জিনীয়াৰিং নামৰ এখন গ্ৰীলৰ দোকানত কৰ্মৰত আছিল যুৱকজন
  • স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে