- বিশ্বৰ ভিতৰতে কৰ’নাৰ হটস্পট হোৱাৰ দিশে ভাৰত
- দেশত এদিনতে অভিলেখসংখ্যক ৩৫ সহস্ৰাধীক আক্ৰান্ত
- ২৪ ঘন্টাত দেশত মৃত্যু ৬৮৭ গৰাকীৰ
- ভাৰতত এইপৰ্যন্ত ১০,৩৭,২৪৯ গৰাকী আক্ৰান্ত,মৃত্যু ২৬,২৭৩ গৰাকীৰ
- মহাৰাষ্ট্ৰত সৰ্বাধীক ২,৮৪,২৮১ গৰাকী আক্ৰান্ত,মৃত্যু ১১,১৯৪ গৰাকীৰ
- দ্বিতীয় স্থানত থকা তামিলনাদুত ১,৫৬,৩৬৯ গৰাকী আক্ৰান্ত,মৃত্যু ২,২৩৬ গৰাকীৰ
- ১,১৮,৬৪৫ আক্ৰান্তৰে তৃতীয় স্থানত ৰাজধানী দিল্লী
- দিল্লীত মৃত্যুৰ সংখ্যা ৩,৫৪৫ লৈ বৃদ্ধি
- সমগ্ৰ বিশ্বত এই পৰ্যন্ত আক্ৰান্ত ১,৪০,৬৪,৮১৩ গৰাকীৰ,বিশ্বজুৰি মৃত্যু ৫,৯৫,০৯১ লোকৰ