Local, Vocal, Global

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ নিৰ্মলা সীতাৰমনৰ…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ নিৰ্মলা সীতাৰমনৰ।আজি ১১ বজাৰত দাখিল হ’ব সাধাৰণ বাজেট।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব এই বাজেট।বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ নিৰ্মলা সীতাৰমনৰ।ৰাষ্ট্ৰপতিক সাক্ষাতৰ পিছতে সংসদ ভৱনলৈ ৰাওনা নিৰ্মলা সীতাৰমনৰ।১১বজাৰ লগে লগে দাখিল কৰিব ২০২৩-২০২৪ বৰ্ষৰ সাধাৰণ বাজেট।এয়া মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তিমখন পূৰ্ণাংগন বাজেট।