শিলচৰৰ পৰা লংকালৈ নিৰ্মাণ হ’ব নতুন ৰে’লপথ

নিউজ ডেস্ক, ৬ জুন : শিলচৰৰ(Silchar) পৰা লংকালৈ(Lanka) নিৰ্মাণ হব নতুন ৰে’লপথ ।
সোমবাৰে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰে ৰে’ল মন্ত্ৰালয়ে (Railway Authority)।
এই নতুন ৰে’ল পথৰ বাবে চূড়ান্ত স্থান জৰীপৰ বাবে অনুমোদন দিলে ৰে’ল মন্ত্ৰালয়ে।
২০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব এই নতুন ৰে’ল পথ। আৰু নতুন ৰে’ল পথৰ নিৰ্মাণৰ বাবে ৪৩.২৩ কোটি টকা ধাৰ্য কৰা হৈছে ।