অচিৰেই বিবাহপাশত আবদ্ধ হ’ব নীল আকাশ
বিবাহপাশত আবদ্ধ হ’ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। নেনচি ফুকনৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। জানিব পৰা মতে নেনচি ফুকন এগৰাকী অধিবক্তা । সুদীর্ঘ ৫ বছৰীয়া প্ৰেমৰ অন্তত ২০২১ চনৰ ২৮ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয় দুয়োগৰাকীয়ে।