Local, Vocal, Global

ধনৰ অভাৱত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে এজন মেধাৱী ছাত্ৰই

ধনৰ অভাৱত চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে নলবাৰীৰ এজন মেধাৱী ছাত্ৰ। বিগত কিছু দিন ধৰি ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ GMCHৰ ICU ত চিকিৎসাধীন হৈ আছে। নলবাৰী জিলাৰ নামখলা গাওঁৰ দিনেশ শৰ্মাৰ পুত্ৰ দেৱব্ৰত শৰ্মা। নলবাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ দেৱব্ৰত শৰ্মা। সম্প্ৰতি পৰিয়ালটোক গভীৰ আৰ্থিক সংকটত ভুগিছে।  আৰ্থিক ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ৰাইজৰ সহায় বিচাৰিছে দুৰ্ভোগীয়া পৰিয়ালটোৱে। ছাত্ৰগৰাকীক প্ৰতিদিনে প্ৰায় ৭-৮ ইউনিট o+ তেজ দিব লগা হৈছে। ইফালে তেজ বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লোকসকলে। এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক প্ৰয়োজন আপোনাৰ কিছু সহায়ৰ।

পৰিয়ালটোক সহায়ৰ বাবে যোগাযোগ কৰক-

Bank account no- 33730092883
IFSC code- SBIN0007006
Account holder name- Pankaj Sarma