WATCH | Nalbari News : ৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য পদত গীতা ডেকাৰ জয়লাভ
নলবাৰী,১২মে’ : বৰক্ষেত্ৰীত ব্যাপক উচাহ।
৫৪ নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য পদত গীতা ডেকাৰ জয়লাভ।
দুগৰাকী প্ৰাক্তন সভাপতিকে ধৰি পাঁচগৰাকীৰ মাজত হৈছিল নিৰ্বাচন(Nalbari News)।
ঢোল খোল তাল বজাই ফাকুৱা ছটিয়াই ব্যাপক উচাহ ৰাইজৰ।
লগতে পঢ়ক : WATCH | Nalbari News : বৰক্ষেত্ৰীৰ পূৱ জাগাৰা ভৰশালত ব্যাপক উচাহ