নগাঁও কঁচুৱাৰ নতুন লংকা গাঁৱত পথ দুৰ্ঘটনা
- নগাঁও কঁচুৱাৰ নতুন লংকা গাঁৱত পথ দুৰ্ঘটনা
- টাটা মেজিক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ
- মেজিকৰ খুন্দাত থিতাতে নিহত হয় স্কুটী আৰোহী
- নিহত স্কুটী আৰোহীজন শংকৰপুৰৰ ভক্ত বৰা
- ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন মেজিক চালকৰ