নগাঁৱৰ নিশাৰী নদীত মৃতদেহ উদ্ধাৰ

- নগাঁৱৰ গৰুবন্ধাত নিশাৰী নদীত মৃতদেহ উদ্ধাৰ
- উদ্ধাৰ হোৱা মৃতদেহটো যমুনামুখ পটিয়াপথাৰৰ আমিৰ হুছেইন
- কালিৰ পৰা সন্ধানহীন হৈ আছিল আমিৰ হুছেইন
- কথমপি প্ৰাণ ৰক্ষা আমিৰৰ লগত যোৱা আন দুজন লোক জাবিৰ আহমেদ আৰু চাইদুৰ ৰহমানৰ
- মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰিছে
- আমিৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ