Local, Vocal, Global

নগাঁৱৰ কঠিয়াতলীৰ লুংপুঙত সংঘটিত পথ দুৰ্ঘটনা

নগাঁৱৰ কঠিয়াতলীৰ লুংপুঙত সংঘটিত হয় এটা পথ দুৰ্ঘটনা। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এটা দ’ খালত সোমাই যায় এখন i 20 বাহন। ৰাষ্ট্ৰীয় পথটোত পানী জমা হোৱাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত শিশুসহ আহত হয় পাঁচগৰাকী। আহত আটাইকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। গাড়ীখনৰ নম্বৰ AS -01AT -9642। পূৰ্বতেও পথত পানী জমা হোৱাৰ ফলত সংঘটিত হৈছিল বহু দুৰ্ঘটনাৰ।