WATCH | Nagaon News : নিজ ভেলোগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক পদত প্ৰাৰ্থীৰ জয়
নগাঁও,১১মে’ : নিজ ভেলোগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক পদত প্ৰাৰ্থীৰ জয়।
জ্যোতি জিমলি মহন্ত নামৰ প্ৰাৰ্থী গৰাকীৰ জয়লাভ(Nagaon News)।
কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে বৃহৎ ভোটৰ ব্যৱধানত জয় জ্যোতি জিমলি মহন্তৰ।
লগতে পঢ়ক : WATCH | Rangia News : পঞ্চায়তৰ নিৰ্বাচনৰ ভোট গণনাৰ মাজতে ৰঙিয়াত গাঞ্জাসহ আটক মহিলা