WATCH | Nagaon News : মাতৃৰ বিয়োগৰ পাছত তিলনি নপতাকৈ পঞ্চায়তৰ ফলাফল ল’বলৈ আহিল ৱাৰ্ডৰ সদস্য
নগাঁও,১১মে’ : মাতৃৰ বিয়োগৰ পাছত তিলনি নপতাকৈ পঞ্চায়তৰ ফলাফল ল’বলৈ আহিল চাপানালা গাঁও পঞ্চায়ত ৯ নং ৱাৰ্ডৰ এজন সদস্য ।
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদালয়ত পঞ্চায়তৰ ফলাফল ল’বলৈ আহিল প্ৰাৰ্থীগৰাকী(Nagaon News)।
লগতে পঢ়ক : WATCH | Mushalpur News : বাক্সাৰ অমৰাবতীত বাক্সা জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন