Local, Vocal, Global

NIA ৰ জালত মুম্বাই আৰক্ষী বিষয়া শচীন ভাজে, মুকেশ আম্বানীৰ ঘৰৰ ওচৰত ৰখাইছিল বিস্ফোটক LADEN SPORTS UTILITY বাহন  

উদ্দ্যোগপতি মুকেশ আম্বানীৰ ঘৰৰ ওচৰত ষড়যন্ত্ৰ মুলক মনোবৃত্তিৰে বিস্ফোটক LADEN SPORTS UTILITY বাহন ৰখোৱাৰ অভিযোগত শচীন ভাজেক আটক । NIA ৰ জালত মুম্বাই আৰক্ষী বিষয়া শচীন ভাজে। শনিবাৰে নিশা NIA ৰ IG অনিল শুক্নায়ে শচীন ভাজেক গ্ৰেপ্তাক কৰে।১২ ঘণ্টাৰ বাবে শচীন ভাজেৰ ওপৰত জেৰা চলোৱা হয়। ইতিমধ্যে শচীন ভাজেৰ জামিন নাকচ হোৱা বুলি জানিব পৰা গৈছে।