Local, Vocal, Global

মহাশিৱৰাত্রীৰ প্ৰসাদেই কাল হ’ল দুই যুৱকৰ । অতিমাত্ৰা ভাং সেৱনৰ ফলত সাৱটিলে মৃত্যুক ।

Title :- মহাশিৱৰাত্রীৰ প্ৰসাদেই কাল হ’ল দুই যুৱকৰ । অতিমাত্ৰা ভাং সেৱনৰ ফলত সাৱটিলে মৃত্যুক ।

মহাশিৱৰাত্রীৰ পৱিত্ৰদিনটোত প্ৰসাদ হিচাপে গণ্য কৰা ভাঙেই কাল হ’ল দুই যুৱকৰ । উত্তৰ প্ৰদেশত সংঘটিত হোৱা দুর্ঘটনাটোত অকাল মৃত্যুক সাৱটি লয় ২১বছৰ বয়সৰ যুৱক মনোজ আৰু ৩৫বছৰৰ নানহে নামৰ ব্যক্তিজনে । যথেষ্ট পৰিমানৰ ভাঙৰ লগতে অন্য মাদক দ্ৰব্য সেৱনৰ ফলত মৃত্যু হোৱা বুলি জিলা আৰক্ষী অধীক্ষক চক্রেছ মিশ্ৰই জনাইছে । উল্লেখ্য যে দুই যুৱকৰ সংগী তৃতীয়জন যুৱকেও হাস্পতালত জীৱন মৰণৰ সৈতে যুঁজি থকা বুলি চিকিৎসকে অৱগত কৰিছে ।