Local, Vocal, Global

Watch | MP Gaurav Gogoi slams Himanta Biswa Sarma’s fascist policies in Sonari: সোণাৰিত হিমন্ত বিশ্ব শৰ্মাৰ ফেচিবাদী নীতিক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ

সোণাৰি: পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক ক্ষণত সোণাৰিত উপস্থিত যোৰহাটৰ সাংসদ গৌৰৱ গগৈ । সোণাৰিত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ ফেচিবাদী নীতিক তীব্ৰ সমালোচনা সাংসদগৰাকীৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সাধাৰণ জনতাক ভয় ভাবুকিৰ পিঞ্জৰাত আৱদ্ধ কৰাৰ অভিযোগ সাংসদ গৰাকীৰ। লগতে এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা AJPৰ চৰাইদেউ জিলাৰ সভাপতি টংকেশ্বৰ কোঁৱৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন গৌৰৱ গগৈৰ।