Local, Vocal, Global

বিধায়ক ৰূপজ্যোতি কুৰ্মীক গুলীবৰ্ষণ নগাৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগা লোকৰ,কথমপি প্ৰাণৰক্ষা বিধায়ক ৰূপজ্যোতি কুৰ্মী ।  বিধায়কগৰাকী মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল। হাতত বন্দুক লৈ ওলাই আহে নগা লোকসকল।এতিয়াও অব্যাহত আছে  অঞ্চলটোত চাঞ্চল্য।