বিধায়ক ৰূপজ্যোতি কুৰ্মীক গুলীবৰ্ষণ নগাৰ
![](https://mynewsne.com/wp-content/uploads/2021/05/mla-rup.jpg)
বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগা লোকৰ,কথমপি প্ৰাণৰক্ষা বিধায়ক ৰূপজ্যোতি কুৰ্মী । বিধায়কগৰাকী মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল। হাতত বন্দুক লৈ ওলাই আহে নগা লোকসকল।এতিয়াও অব্যাহত আছে অঞ্চলটোত চাঞ্চল্য।