Local, Vocal, Global

মিতালী ৰাজ গঢ়িলে বিশ্ব ৰেকৰ্ড

মিতালী ৰাজ গঢ়িলে বিশ্ব ৰেকৰ্ড
ভাৰতৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটৰ মিতালী ৰাজ ওৱানডেত নিজৰ চমৎকাৰ বেটিং কৰি বিশ্ব অভিলেখ কৰিলে ।
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মহান খেলুৱৈ মিতালী ৰাজ ইংলেণ্ড ৰ বিৰুদ্ধে কেৱল ৮৬ টা বলত ৭৫ ৰান কৰি ইতিহাস কৰাৰ লগতে টিম ইণ্ডিয়াক জয়ী কৰিলে । মিতালীৰ ওৱানডে কেৰিয়াৰৰ ৫৮ বাৰ অৰ্ধশতক ইতিমধ্যে সূম্পৰ্ণ হ’ল ।