Local, Vocal, Global

Manish Sisodia Loses Jangpura Seat:দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াৰ পৰাজয়

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াৰ পৰাজয়।

জংগাপুৰা সমষ্টিত পৰাজয় মনীষ ছিছ’ডিয়াৰ(Manish Sisodia Loses Jangpura Seat)।

বিজেপি প্ৰাৰ্থী তৰবিন্দৰ সিঙৰ হাতত পৰাস্ত মনীষ ছিছ’ডিয়া(AAP’s Manish Sisodia accepts defeat in Delhi’s Jangpura constituency)।

দিল্লীত শাসনৰ বাগজৰী হেৰুওৱাৰ দিশে আম আদমী পাৰ্টি। ২৭বছৰ পিছত দিল্লীৰ চৰকাৰ গঠনৰ দিশে বিজেপি ।দিল্লীত ফুলিল পদুম।

লগতে পঢ়ক:Delhi Chief Minister Atishi Wins: দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ জয়লাভ