Local, Vocal, Global

মণিপুৰত নতুন ৰাজনৈতিক সমীকৰণ

মণিপুৰত বিজেপি মৰ্চাক ওফৰাই চৰকাৰ গঠনৰ কুচকাৱাজ কংগ্ৰেছ মিত্ৰজোঁটৰ।
প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম আইব’বী সিঙৰ নেতৃত্বত নৱগঠিত চেকুলাৰ প্ৰগ্ৰেছিভ ফ্ৰ’ন্টে আজি সাক্ষাৎ কৰিব ৰাজ্যপালক।
বিয়লি ৫ বজাত ৰাজ্যপাল নাজমা হেপাতুল্লাক সাক্ষাৎ কৰি এছ পি এফে অনাস্থা প্ৰস্তাৱ অনাৰ বাবে বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান জনাব।
ইফালে বিজেপি মিত্ৰজোঁটৰ ৯ সাংসদে সংগ এৰিলেও বৰ্তমানৰ চৰকাৰত প্ৰভাৱ নপৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ।নিজৰ ৩ বছৰীয়া চৰকাৰক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰী বীৰেন সিঙৰ দৃঢ় মত, আজি নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্যসভাৰ আসনখনত বিজেপিয়েই বিজয়ী হ’ব।