Maharashtra ex-minister and NCP leader shot dead : প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক,১৩অক্টোবৰ : মহাৰাষ্ট্ৰৰ NCP নেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক গুলীয়াই হত্যা।
এখন বাহনেৰে আহি ৩দুৰ্বৃত্তই গুলীচালনা কৰে বাবা ছিদ্দিকীক(Maharashtra ex-minister and NCP leader shot dead in Mumbai) ।
লৰেন্স বিষ্ণইৰ দলে গুলীয়াই হত্যা কৰাৰ সন্দেহ।
১৫দিন পূৰ্বে বাবা ছিদ্দিকীয়ে অজ্ঞাত লোকৰ পৰা পাইছিল হত্যাৰ ভাবুকি ।
ইতিমধ্য়ে মহাৰাষ্ট্ৰ আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক(Maharashtra ex-minister and NCP leader shot dead) ।
ধৃত দুই অভিযুক্ত কৰ্নাইল সিং আৰু ধৰম সিং কাশ্যপ ।
অভিযুক্ত ঘৰ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত।
লগতে পঢ়ক : 4.7 magnitude earthquake jolts state : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি