4.7 magnitude earthquake jolts state : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
নিউজ ডেস্ক,১৩অক্টোবৰ : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।
পুৱা ৭ বাজি ৪৮ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি( 4.7 magnitude earthquake jolts state)।
ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা ১৩ কি. মি নিলগত।
ৰিখটাৰ স্কেলত ইয়াৰ প্ৰৱল্য আছিল ৪.৭।