Maharashtra Election Results 2024:মহাৰাষ্ট্ৰত এন ডি এৰ অগ্ৰগতি

নিউজ ডেস্ক,২৩নৱেম্বৰ : আজিৰ দিনটোতেই ঘোষণা হ’ব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল।শনিবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা।
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত অগ্ৰগতি এন ডি এৰ(Maharashtra Election Results 2024)।
১১০খন আসনত অগ্ৰগতি এন ডি এৰ।
৬৯খন আসনত আগবাঢ়ি আছে এম ভি এ।
এতিয়ালৈকে ১৭৬খন আসনৰ ফলাফল লাভ কৰা গৈছে।
লগতে পঢ়ক :Road Accident in Bajali:ৰাস চাই ঘৰলৈ উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা;নিহত ৫জন