Local, Vocal, Global

Madhya Pradesh Election Results 2023 : মধ্য প্ৰদেশত কাৰ অগ্ৰগতি? সবিশেষ

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : অব্যাহত আছে চাৰি ৰাজ্যৰ ভোটগণনা । মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বিভিন্ন সংস্থাৰ EXIT POLLত দেখা গৈছে, চাৰিওখন ৰাজ্যতে চৰকাৰ সালসলনি হ’ব পাৰে(Assembly Election Results) ।

মধ্য়প্ৰদেশত অব্যাহত আছে ভোটগণনা ।

মধ্য়প্ৰদেশত বৰ্তমানৰ ভোটগণনা অনুসৰি ৰাজ্যখনত বিজেপিয়ে বৃহৎ অগ্ৰগতি লাভ কৰি আছে। পুৱা ৯.৩০ বজালৈ ৰাজ্যখনত বিজেপিয়ে ১৪৪ আৰু কংগ্ৰেছে ৮২খন আসনত আগুৱাই আছে। অন্যান্য দুখন আসনত অগ্ৰগতি লাভ কৰিছে(Madhya Pradesh Election Results 2023)।

মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ নেতা কমল নাথে কৈছে, ‘মধ্য প্ৰদেশৰ ভোটদাতাৰ ওপৰত আমাৰ আস্থা আছে।’

লগতে পঢ়ক : Assembly Election Results: চাৰি ৰাজ্যত ভোটগণনা, কোনে মাৰিব শেষ হাঁহি?