Local, Vocal, Global

Chhattisgarh Election Results 2023 : ছত্তিশগড়ত কাৰ অগ্ৰগতি? সবিশেষ

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : আজি চাৰি ৰাজ্যত ভোটগণনা । ইতিমধ্যে আৰম্ভ হৈছে ভোটগণনা । মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বিভিন্ন সংস্থাৰ EXIT POLLত দেখা গৈছে, চাৰিওখন ৰাজ্যতে চৰকাৰ সালসলনি হ’ব পাৰে(Assembly Election Results) ।

অব্যাহত আছে ছত্তিশগড়ত ভোটগণনা ।

ছত্তিশগড়ত বৰ্তমানৰ ভোটগণনা অনুসৰি ৰাজ্যখনত বিজেপিয়ে বৃহৎ অগ্ৰগতি লাভ কৰি আছে।

ছত্তিশগড়ত বিজেপি আৰু কংগ্ৰেছৰ তীব্ৰ প্ৰতিদ্বন্দিতা । ৯০ খন আসনৰ বাবে হোৱা এই নিৰ্বাচনৰ ভোটগণনাত এতিয়ালৈকে বিজেপিয়ে ৪৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগহগ্ৰেছে ৪৪ খন আসনত আগবাঢ়ি আছে। অন্যান্য আগবাঢ়ি আছে ২ খন আসনত(Chhattisgarh Election Results 2023)।

লগতে পঢ়ক : Madhya Pradesh Election Results 2023 : মধ্য প্ৰদেশত কাৰ অগ্ৰগতি? সবিশেষ