Local, Vocal, Global

Watch | Lurin jyoti gogoi: ” উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মতে চৰকাৰে উচ্চেদ কৰক তাক আমি সদায় সমৰ্থন কৰিম”

ৰঙিয়া: ৰঙিয়া শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ বাসগৃহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ সহ নেতৃবৃন্দ উপস্থিত হয়। ভৱেন্দ্ৰ নাথ ডেকা পদাধিকাৰ নিৰ্বাচিত হোৱাৰ পাছত এক সৌজন্যমূলক সাক্ষাৎ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ।

ইফালে উচ্ছেদ প্ৰসংগত লুৰিণ জ্যোতি গগৈয়ে কয় যে-” উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মতে চৰকাৰে উচ্চেদ কৰক তাক আমি সদায় সমৰ্থন কৰিম কিন্তু উচ্ছেদৰ নামত ৰাজনীতি কোনো কাৰণত ৰাইজে মানি নব নোৱাৰে”।

আনহাতে বিৰোধীৰ মিত্ৰতা প্ৰসংগত অসম জাতীয় পৰিষদৰ স্থিতি সদায় যোগাত্মক আৰু মিত্ৰতা নিশ্চিত ভাৱে হব বুলি আশাবাদী বুলি প্ৰকাশ কৰে তেওঁ।

লগতে পঢ়ক: Watch | 4th day SMSS & KMSS Protest ,Chaper: চাপৰত চতুৰ্থ দিনাও অব্যাহত আছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ