Local, Vocal, Global

লাভলীনা বৰগোহাঁইৰো স্বৰ্ণ পদক জয়

নিউজ ডেস্ক: পুনৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লাভলীনাই৷ ৰাষ্ট্ৰীয় গেমছত স্বৰ্ণ পদক লাভ কৰিছে লাভলীনা বৰগোহাঁয়ে৷ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ চূড়ান্ত গেমছত প্ৰতিপক্ষ খেলুৱৈক ধৰাশায়ী কৰি স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছে লাভলীনা৷ লাভলীনাৰ গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণজয় কৰাত উৎফুল্লিত ৰাজ্যবাসী৷