Local, Vocal, Global

LOS ANGELES ত এটা প্ৰতাৰকক বিহা হৈছে ২১২ বছৰৰ কাৰাদণ্ড, কাৰণ জানিলে আচৰিত হ’ব আপুনি

২০১৫ বৰ্ষত LOS ANGELES ত ALI F. ELEMEZAYEN নামৰ এজন লোকে বীমা ধনৰাশিৰ লোভত সংঘটিত কৰিছিল জঘণ্য হত্যাকাণ্ড। নিজৰ দুই পুত্ৰ সন্তানৰ লগতে প্ৰাক্তন পত্নীক হত্যা কৰি বীমাৰ ধন সৰোকোৱাৰ দু-প্ৰয়াস চলাইছিল ALI F. ELEMEZAYEN এ। বীমা জালিয়াতিৰ লগতে ALI F. ELEMEZAYEN ৰ এনে নীচ মানসিকতাৰ বাবে ন্যায়ধীসে যোৱা বৃহস্পতিবাৰে ২১২ বছৰ কাৰাদণ্ড দিয়াৰ লগতে $261,751 টকা INSURANCE COMPANY ক উভতাই দিয়াৰ নিৰ্দেশ প্ৰদান কৰে।