Lok Sabha Election 2024 Result : যোৰহাটত তপন কুমাৰ গগৈ আৰু গৌৰৱ গগৈৰ মাজত মূল যুঁজ

নিউজ ডেস্ক,৪জুন : যোৰহাট সমষ্টি বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত হ’ব মূল যুঁজ।
যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতিৰ ।
কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ এই মূৰ্হুত লৈকে লাভ কৰিছে ১৩৪৩২২টা ভোট। ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তপন গগৈয়ে লাভ কৰিছে ১১২৯৯৮টা ভোট।
বিজেপি প্ৰাৰ্থগৰাকীতকৈ গৌৰৱ গগৈয়ে ২১,২২৪টা ভোট আগবাঢ়ি আছে(Lok Sabha Election 2024 Result)।
উল্লেখ্য যে, এই মূৰ্হুতলৈকে EVMৰ ২৬৮৭২৩টা ভোটৰ গণনা হৈছে।
ইয়াৰে ৫৩.১২শতাংশ ভোট লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।
বিজেপি প্ৰাৰ্থীয়ে তপন গগৈয়ে লাভ কৰা ভোটৰ শতাংশ গৈছে ৪৪.৯ শতাংশ।
নটাত এই মূৰ্হুতলৈকে ০.৯শতাংশ লোকে ভোট পৰিছে যোৰহাট লোকসভা সমষ্টিত।
লগতে পঢ়ক : Lok Sabha Election 2024 Result : আজি লোকসভা নিৰ্বাচনৰ ফলাফল; কোনে মাৰিব বিজয়ৰ হাঁহি?