List of BJP candidates for Bye-Elections:উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

নিউজ ডেস্ক,১৯অক্টোবৰ : ৰাজ্যত উপ-নিৰ্বাচনৰ গৰম বতাহ।৫ সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয়ে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ।
অসমৰ পাঁচটা সমষ্টি ক্ৰমে বিহালী, চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা(List of BJP candidates for Bye-Elections)।
উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব..
বিহালীত দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান। চামগুৰিত দীপ্লুৰঞ্জন শৰ্মাক দিয়া হৈছে প্ৰাৰ্থিত্ব। ইফালে, ধলাইত নিহাৰ ৰঞ্জন দাসক দিয়া হৈছে প্ৰাৰ্থিত্ব।
ইয়াৰে বঙাইগাঁও সমষ্টিতো অগপক এৰি দিয়াৰ বিপৰীতে ছিদলী সমষ্টিটো এৰি দিছে ইউপিপিএক। বাকী তিনিটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে বিজেপিয়ে।
লগতে পঢ়ক:Garima Aaikia garg car met an accident :গুৱাহাটীৰ জুৰোডত গৰিমা শইকীয়া গাৰ্গৰ বাহন দুৰ্ঘটনাগ্ৰস্ত