Local, Vocal, Global

Liquor Prices is Rise in Assam : আজিৰেই পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ মূল্য

নিউজ ডেস্ক, এপ্ৰিল : আজিৰেই পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ মূল্য।

১৫০ৰ পৰা ৩১২ টকালৈ বৃদ্ধি পালে সুৰাৰ মূল্য। জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ১৫২ টকাকৈ।ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ১৩০ টকাকৈ।লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ১৭৫ টকাকৈ(Liquor Prices is Rise in Assam)।

এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ২২৫ টকাকৈ।প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ৩১২টকাকৈ।৭৫০ মিলি লিটাৰৰ বিয়েৰত বৃদ্ধি পালে ১৬ টকাকৈ।

লগতে পঢ়ক : Boat accident at Hatsingimari : শোকাৱহ নাও দুৰ্ঘটনা;মৃত্যু এটি শিশুৰ, আহত একাধিক যাত্ৰী