Local, Vocal, Global

GRP seizes huge quantity of drugs : নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পৰা জব্দ প্ৰায় ৫০ কেজি গাঞ্জা

নিউজ ডেস্ক,১এপ্ৰিল : ৰাজ্যত অব্য়াহত আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়। নিতৌ ৰাজ্যৰ পৰা সৰবৰাহ হৈ আছে নিচাজাতীয় সামগ্ৰী। বঙাইগাঁৱত জব্দ বুজন পৰিমাণৰ গাঞ্জা(GRP seizes huge quantity of drugs) ।

দেওবাৰে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পৰা জব্দ প্ৰায় ৫০ কেজি গাঞ্জা।নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা জব্দ গাঞ্জাখিনি। গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক GRPৰ। ধৃত সৰবৰাহকাৰীটো বিহাৰৰ পুৰুষোত্তম কুমাৰ বুলি জানিব পৰা গৈছে । ডিমাপুৰৰ পৰা বিহাৰলৈ সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি(GRP seizes huge quantity of drugs)।

লগতে পঢ়ক : Liquor Prices is Rise in Assam : আজিৰেই পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ মূল্য