Local, Vocal, Global

Shrinkhal Chaliha Arrested: ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ শৃংখল

  • গ্ৰেপ্তাৰ হ’ল শৃংখল চলিহা (Shrinkhal Chaliha Arrested)
  • শিৱসাগৰ আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
  • বিহুৰ চান্দা বিচাৰিবলৈ গৈ সংঘাটত লিপ্ত হৈছিল শৃংখল (Extortion by Shrinkhal Chaliha)
  • অংকুশ কেডিয়া নামৰ এজন ব্যৱসায়ীক থুৱাইছিল শৃংখলে
  • ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছিল ব্যৱসায়ী কেডিয়া
  • অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শৃংখল চলিহাক (Assam Police Arrested Shrinkhal Chaliha)
  • টুইটযোগে এই কথা সদৰি কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে