Local, Vocal, Global

পাৰিবাৰিক অদালতত বিবাহ বিচ্ছেদৰ আবেদন লাভলীনা বৰগোহাঁইৰ

নিউজ ডেস্ক, ১৭ জুন : পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ আবেদন অলিম্পিয়ান লাভলীনা বৰগোহাঁই। বিবাহ বিচ্ছেদ বিচাৰি পাৰিবাৰিক অদালতৰ কাষ চাপিল বক্সাৰ গাৰ্ল লাভলীনা বৰগোহাঁই।

উল্লেখযোগ্য যে ২০১৮ চনত যোৰহাটৰ নৱনীত গোস্বামীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল অলিম্পীক পদ বিজয়ী লাভলীনা । কিন্তু ইয়াৰ পিছতে বৰ্তমান স্ৱামী-স্ত্ৰী দুয়ো বুজা পৰাৰ মাজেৰেই আগবাঢ়িছে বিবাহ বিচ্ছেদৰ বাবে ।

পাৰিবাৰিক অদালতত গোচৰ পঞ্জীয়ন কৰে খেলোৱৈগৰাকীয়ে।