লংকা আৰক্ষী থানাত ক’ৰনা আতংক

- লংকা আৰক্ষী থানাত ক’ৰনা আতংক
- অসম আৰক্ষীৰ তিনিগৰাকী মহিলা কনিষ্টবল ক’ৰনা পজিটিভ
- তিনিও গৰাকীয়ে লংকা আৰক্ষী থানাত কৰ্মৰত
- তিনি গৰাকী ক্ৰমে মঞ্জুলা ঠেঙাল ,চম্পা বেপী , মনালিছা বৰা কোঁচ
- লংকাৰ ফুলতলিস্থিত কভিড হাস্পতাললৈ প্ৰেৰণ কৰে তিনিওকে