Assamese
English
Thursday, April 22, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

শাওণৰ বতৰত ৰাজপথত ভূঁ‌ই ৰোৱাত ব্যস্ত একাংশ জনতা

MyNews Bureau by MyNews Bureau
July 23, 2020
in Assam
0
শাওণৰ বতৰত ৰাজপথত ভূঁ‌ই ৰোৱাত ব্যস্ত একাংশ জনতা
0
SHARES
4
VIEWS

RelatedPosts

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

এতিয়া শাওণৰ বতৰ, গাঁৱৰ কৃষক ৰাইজ ব্যস্ত কৃষি পথাৰত মাটি চহ কৰাৰ লগতে ভূঁই ৰোৱাত ৷ কিন্তু পৰিৱৰ্তনশীল চৰকাৰৰ উন্নয়নৰ বাবেই আজি পথাৰৰ সলনি এজাক ডেকাই তিনিচুকীয়াৰ ডিমৰুহুলাত এনেদৰেই পথৰ ওপৰত ভূঁই ৰুইছে । তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংকাছি গাঁও পঞ্চায়ৰ ৬নং ৱাৰ্ডৰ ডিমৰুহুলা গাঁ‌ৱৰ এটা পথৰ দুৰৱস্থা। উন্নয়নৰ শ্লোগান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ এনেদৰেই পথৰ ওপৰতে ভূঁই ৰুই গাঁ‌ওবাসীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ডিমৰুহোলা গাঁ‌ৱৰ পৰা চিৰিং গাঁ‌ও সংযোগী পথটো যাতায়াতৰ সুবিধা হোৱাকৈ নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো পথটো মেৰামতি নকৰাত স্থানীয় বিধায়ক সঞ্জয় কিষাণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰেই পথচোৱা নিৰ্মাণ কৰিবলৈ দাবী জনায়৷ অন্যথা আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি সকীয়নি প্ৰদান কৰে।

Previous Post

লংকা আৰক্ষী থানাত ক’ৰনা আতংক 

Next Post

৫ আগষ্টত অযোধ্যাত বহুল চৰ্চিত ৰাম মন্দিৰৰ ভুমি পুজন

MyNews Bureau

MyNews Bureau

Related Posts

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ
Assam

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

April 22, 2021
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?
Assam

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ
Assam

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ
COVID-19

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত
COVID-19

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021
মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা
Assam

মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

April 20, 2021
Next Post
৫ আগষ্টত অযোধ্যাত বহুল চৰ্চিত ৰাম মন্দিৰৰ ভুমি পুজন

৫ আগষ্টত অযোধ্যাত বহুল চৰ্চিত ৰাম মন্দিৰৰ ভুমি পুজন

শিৱসাগৰ আৰু যোৰহাট আৰক্ষীৰ জালত গাড়ী চুৰি চক্র

শিৱসাগৰ আৰু যোৰহাট আৰক্ষীৰ জালত গাড়ী চুৰি চক্র

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

April 22, 2021
Sand artist urges people to ‘Go Green’ with stunning sculpture

Sand artist urges people to ‘Go Green’ with stunning sculpture

April 22, 2021
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.