Local, Vocal, Global

লংকা আৰক্ষী থানাত ক’ৰনা আতংক 

  • লংকা আৰক্ষী থানাত ক’ৰনা আতংক
  • অসম আৰক্ষীৰ তিনিগৰাকী মহিলা কনিষ্টবল ক’ৰনা পজিটিভ
  • তিনিও গৰাকীয়ে লংকা আৰক্ষী থানাত কৰ্মৰত
  • তিনি গৰাকী ক্ৰমে মঞ্জুলা ঠেঙাল ,চম্পা বেপী , মনালিছা বৰা কোঁচ
  • লংকাৰ ফুলতলিস্থিত কভিড হাস্পতাললৈ প্ৰেৰণ কৰে তিনিওকে