Local, Vocal, Global

লংকাৰ কাকীত চোৰে লুটিলে বেংক অফ ইণ্ডিয়াৰ ATM

  • লংকাৰ কাকীত ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ ATMত  চুৰিকাণ্ড
  • তলা কাটি ATM সোমাল চোৰ
  • ভাঙি চুৰ্ণ-বিচুৰ্ণ কৰে ATM টো
  • বৰ্তমানলৈ ঠাৱৰ কৰিব পৰা নাই চুৰি কৰা ধন ৰাশিৰ পৰিমাণ
  • ইতিমধ্যে কাকী আৰক্ষী উপস্থিতহৈ তদন্ত  আৰম্ভ কৰিছে