Local, Vocal, Global

লখিমপুৰত গ্ৰেপ্তাৰ ড্ৰাগ্ছ সৰবৰাহকাৰী

# ড্ৰাগ্ছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ সফল অভিযান

# হাৰমতীৰ পাৰ্বতীপুৰত হেৰোইনসহ গ্ৰেপ্তাৰ ড্ৰাগ্ছ সৰবৰাহকাৰী

# গ্ৰেপ্তাৰ কৰা হৈছে মহম্মদ ৰিতুল ভূঞা নামৰ এজন যুৱকক

# জব্দ ৮০ হাজাৰ টকাৰ ৯.৪ গ্ৰাম হেৰোইন

# DSP প্ৰণৱ কুমাৰ পেগু আৰু হাৰমতীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত কুমাৰ ডেকাৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত চলিছিল অভিযান

# আৰক্ষীয়ে জব্দ কৰিছে AS07N-4475 নম্বৰৰ এখন বাইক