Local, Vocal, Global

লখিমপুৰত অৰুণাচলী সুৰাসহ এজনক আটক

  • লখিমপুৰৰ নাওবৈছাৰ বাৰমাইলত অৰুণাচলী সুৰাসহ এজনক আটক
  • আটকাধীন যুৱকজনৰ নাম জিতেন বৰুৱা
  • বান্দৰদেৱাৰ পৰা দলহাত অভিমুখে গৈ থকা অৱস্থাত হাতে লুটে ধৰা পৰে সুৰা ব্যৱসায়ীজন
  • অভিযানত AS 07 L 4803 দুচকীয়া বাহন খনৰ পৰাই জব্দ সুৰাখিনি
  • অভিযানত ২০টা বটল সহ ২কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰে
  • পেট্ৰ’লিঙত থকা আৱকাৰীয়ে খেদি-খেদি ধৰে এই অবৈধ সুৰাখিনি