Local, Vocal, Global

গণ সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে লখিমপুৰ জিলাত।

 

  • লখিমপুৰ জিলাত ২৪ ঘণ্টাত ধৰা পৰিল ৪৮ জন লোকৰ শৰীৰত কৰণা ভাইৰাছ।
  • আক্ৰান্ত সকলৰ ভিতৰত আছে শিশু সহ তিনিজন ভাৰতীয় সেনাৰ জোৱান
  • সোৱণশিৰী মহাবিদ্যালয়ত নমুনা সংগ্ৰহ কৰা একে পৰীয়ালৰ ১২ জনৰ শৰীৰত পোৱা গৈছে কৰণাৰ অৱস্থিতি।
  • গৰেহগাৰ তেলিয়াগাৱৰ পৰিয়ালটোৰ আক্ৰান্ত সকলৰ ভিতৰত আছে ৪ গৰাকী মহিলা সহ মুঠ ১২ জন।