Lakhimpur Artist Dies In Kolkata:বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ চিত্রশিল্পীৰ

নিউজ ডেস্ক,৪ডিচেম্বৰ : বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ চিত্রশিল্পীৰ
কলকাতাত মৃত্যু লখিমপুৰৰ চিত্রশিল্পী সূৰ্য শইকীয়াৰ
কলকাতাৰ এটা ৰে’ল ষ্টেচনৰ সমীপত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ সূৰ্যক(Lakhimpur Artist Dies In Kolkata)
স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু
পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ সূৰ্য শইকীয়াৰ পৰিয়ালৰ
লগতে পঢ়ক :Robber injured as police opens fire in Guwahati:মহানগৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক